২০১৪ বনাম ২০২৬ : নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া শাসনকালৰ এক নিৰ্মোহ বিশ্লেষণ
নৰেন্দ্ৰ মোদীৰ এই ৪,৩৯৯ দিনৰ কাৰ্যকালে ভাৰতক এক আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে ৷ দিল্লী আৰু দিছপুৰৰ মাজৰ দূৰত্ব চিৰদিনৰ বাবে কমি গ’ল। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণ, বৰ্ধিত সামগ্ৰীৰ মূল্য আৰু যুৱ প্ৰজন্মৰ সংস্থাপনহীনতাৰ মাজত ককবকাই আছে ৷