১৯ জুনত শান্তি চুক্তি ইৰাণ আমেৰিকাৰ
অৱশেষত যুদ্ধখনৰ যৱনিকা পৰিব! ১০৮ দিনৰ সংঘাতৰ অন্ত ১৯ জুনত শান্তি চুক্তি ইৰাণ আমেৰিকাৰ
অৱশেষত যুদ্ধখনৰ যৱনিকা পৰিব! ১০৮ দিনৰ সংঘাতৰ অন্ত ১৯ জুনত শান্তি চুক্তি ইৰাণ আমেৰিকাৰ
হৰমুজ প্ৰণালী অৱৰোধ অন্ত পৰিব নেকি ? যুদ্ধজৰ্জৰ বিশ্বলৈ শান্তি ঘূৰি আহিবনে ? দীৰ্ঘদিনীয়া উত্তেজনা আৰু যুদ্ধংদেহী পৰিৱেশৰ অন্ত পেলাই অৱশেষত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰান।
Read Moreএম টি চেটেবেলো’ (MT Cetebello) নামৰ বাণিজ্যিক জাহাজখনত শেহতীয়াকৈ সংঘটিত এক ভয়ংকৰ আক্ৰমণত ৩ জন ভাৰতীয় নাৱিকৰ কৰুণ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read Moreনৰেন্দ্ৰ মোদীৰ এই ৪,৩৯৯ দিনৰ কাৰ্যকালে ভাৰতক এক আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে ৷ দিল্লী আৰু দিছপুৰৰ মাজৰ দূৰত্ব চিৰদিনৰ বাবে কমি গ’ল। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণ, বৰ্ধিত সামগ্ৰীৰ মূল্য আৰু যুৱ প্ৰজন্মৰ সংস্থাপনহীনতাৰ মাজত ককবকাই আছে ৷
Read Moreপশ্চিম বংগত মমতাক অকলশৰীয়া কৰি সকলোৰে পলায়ন, দিল্লীৰ পৰা কংগ্ৰেছৰ বৃহৎ প্ৰস্তাৱ!
Read Moreঅসমৰ চাহ বাগিচা অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ
Read Moreওমান সাগৰৰ উপকূলত ভাৰতৰ তেলবাহী জাহাজৰ ওপৰত আক্ৰমণ ২৪ জন ভাৰতীয় নাবিকৰ জীৱনক লৈ আশংকা! কোনে কৰিলে আক্ৰমণ? সন্দেহৰ আঙুলি আমেৰিকালৈ!
Read Moreচলি আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি ৫ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি উপস্থিত বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু ছাহিদ শ্বান হক
Read MoreGMC ৰ কঠোৰ নিয়মক বুঢ়া আঙুলি একাংশৰ, মহানগৰীৰ সৌন্দৰ্য্যত একাংশই সানিছে কলা ৰং
Read More৩০ মে’ ২০২৬ ৰ পৰা ৫ জুন ২০২৬ লৈ গুৰুত্বপূৰ্ণ তথা উল্লেখযোগ্য বাতৰিৰ সবিশেষ
Read Moreহৰমুজ প্ৰণালী হৈছে পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰক সংযোগ কৰা এটা ঠেক জলপথ
Read Moreৰাছিয়াই ভাৰতক হাই-টেক পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান Sukhoi-57 প্ৰস্তাৱ আগবঢ়াইছে
Read More