Dikhou destruction and landslides in Nagaland:দিখৌৰ সংহাৰ আৰু নাগালেণ্ডৰ ভূমিস্খলন: প্ৰকৃতিৰ তীব্ৰ সকিয়নি আৰু আমাৰ কৰণীয়
শেহতীয়া সময়ছোৱাত নাগালেণ্ডৰ বিভিন্ন পাহাৰীয়া জিলাত—বিশেষকৈ টিজিট, মোককচাং আৰু টুৱেনচাং সীমান্তত সঘনে ভূমিস্খলন দেখিবলৈ পোৱা গৈছে। পাহাৰ সমূহত হঠাৎ মাটি বহি যোৱা আৰু পকী পথসমূহ ফাট মেলিছে ৷