সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Mon, Aug 2026

Blog

তিস্তা প্ৰকল্পত ভাৰতৰ  বাস্তৱ ভিত্তিত নতুন কূটনৈতিক ৰণনীতি (India's new diplomatic strategy on the Teesta project) :

তিস্তা প্ৰকল্পত ভাৰতৰ বাস্তৱ ভিত্তিত নতুন কূটনৈতিক ৰণনীতি (India's new diplomatic strategy on the Teesta project) :

ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক সদায় এটা বিশেষ ঐতিহাসিক আৰু ভৌগোলিক গুৰুত্বৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু শেহতীয়া গোলকীয় ৰাজনীতি আৰু আঞ্চলিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে ঢাকাৰ প্ৰতি থকা নিজৰ বৈদেশিক নীতিত এক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। বিশেষকৈ বহু চৰ্চিত তিস্তা নদী প্ৰকল্পক (Teesta River Project) লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট আৰু কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷

নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন: বিজেপিৰ কৌশল ৰচনা, কংগ্ৰেছৰ হেট্ৰিক কৰাৰ আশা Ruling and Opposition parties are already gearing up for the upcoming Nagaon Lok Sabha by-elections.

Ruling and Opposition parties are already gearing up for the upcoming Nagaon Lok Sabha by-elections. The Congress is ready to defend its fort. নগাঁৱৰ ৰাজনৈতিক আকাশ এতিয়া উত্তপ্ত ৷ সমাগত নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দুয়ো পক্ষই এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে। বিশেষকৈ নগাওঁ আসনখন পুনৰ উদ্ধাৰ কৰিবলৈ গেৰুৱা শিবিৰে ব্যাপক প্ৰস্তুতি চলোৱাৰ বিপৰীতে নিজৰ গড় ৰক্ষা কৰিবলৈ

Read More

জলসম্পদ বিভাগত চাকৰিৰ প্ৰলোভনেৰে প্ৰৱঞ্চনা: চি আই ডিৰ জালত মাষ্টাৰমাইণ্ড

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) ৰাজ্যৰ জলসম্পদ বিভাগত (Water Resources Department) চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে।

Read More

জি পি সিঙৰ জাল, EDৰ একচন: ৫৩ কোটিৰ সম্পত্তিসহ ধৰাশায়ী প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্ত

উপ-পৰিদৰ্শক (SI) নিযুক্তি কেলেংকাৰী আৰু আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত অৱশেষত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)-ৰ বৃহৎ পদক্ষেপ। অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক (DIG) প্ৰশান্ত কুমাৰ দত্ত, তেওঁৰ পৰিয়াল আৰু সহযোগীৰ প্ৰায় ৫৩.২৮ কোটি টকা মূল্যৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি প্ৰিভেনচন অৱ মানি লণ্ডাৰিং আইন (PMLA)-ৰ অধীনত সাময়িকভাৱে জব্দ কৰিছে ইডিয়ে।

Read More

অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক কঁপোৱাৰ ভয়াৱহ ব্লুপ্ৰিণ্ট! ধৰা পৰিল জেএমবি (JMB)ৰ নতুন ৰূপ ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)

এক ভয়াৱহ তথা চাঞ্চল্যকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই। বাংলাদেশৰ কুখ্যাত তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন 'জামাত-উল-মুজাহিদীন বাংলাদেশ' (JMB)ৰ এক নতুন শাখা ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)ৰ এক বৃহৎ ষড়যন্ত্ৰ ওফৰাই দি সংস্থাই আজি ১১ জন অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ এনআইএ আদালতত অভিযোগনামা (Chargesheet) দাখিল কৰিছে।

Read More

হৰমুজ প্ৰণালী অতিক্ৰমি ভাৰত অভিমুখে ৰাওনা ৩০ খন মালবাহী জাহাজ (30 cargo ships cross the Strait of Hormuz to India)

আমেৰিকা-ইৰাণৰ চুক্তিৰ সুফল: হৰমুজ প্ৰণালী অতিক্ৰমি ভাৰত অভিমুখে ৰাওনা ৩০ খন মালবাহী জাহাজ (30 cargo ships cross the Strait of Hormuz to India). এতিয়াও ভাৰতমুখী ২৬ খন জাহাজ পাৰ্চিয়ান উপসাগৰত (Persian Gulf) সুৰক্ষিতভাৱে পাৰ হ’বলৈ অপেক্ষা কৰি আছে।

Read More

ভেনিজুৱেলাত ভয়ঙ্কৰ ভূমিকম্প : Earthquake in Venezuela

ৰিখটাৰ স্কেলত ক্ৰমে ৭.১ আৰু ৭.৫ মাত্ৰাৰ দুটা তীব্ৰ ভূকম্পনৰ ফলত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছসহ দেশখনৰ কেইবাখনো চহৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মাত্ৰ ৪০ চেকেণ্ডৰ ব্যৱধানত অহা এই দুটা ধ্বংসাত্মক ভূমিকম্পৰ বাবে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি দেলচি ৰদ্ৰিগুৱেজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ #VenezuelaEarthquake

Read More