লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ৰাছিয়াই ভাৰতক হাই-টেক পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান Sukhoi-57 প্ৰস্তাৱ আগবঢ়াইছে
ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল আৰু S-4০০ এয়াৰ ডিফেন্স চিষ্টেমৰ পাছত ৰাছিয়াই ভাৰতক হাই-টেক পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান Sukhoi-57 প্ৰস্তাৱ আগবঢ়াইছে ৷ ভাৰতীয় বায়ুসেনাৰ হাতত বৰ্তমানলৈকে কোনো পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান নাই। ৰাছিয়াই ভাৰতক নিজৰ আটাইতকৈ আধুনিক পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান Sukhoi-57ক লৈ এটা ডাঙৰ প্ৰস্তাৱ দিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে স্পষ্টকৈ উল্লেখ কৰিছে যে মস্কোৱে ভাৰতক S-57 বিক্ৰী কৰিবলৈ সাজু হোৱাই নহয়, প্ৰয়োজন সাপেক্ষে ইয়াৰ যৌথ উন্নয়ন আৰু নিৰ্মাণৰ কামো কৰিব। ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত দিয়া এটা সাক্ষাৎকাৰত পুটিনে কয় যে ৰাছিয়া আৰু ভাৰতৰ মাজত প্ৰতিৰক্ষা সহযোগিতা কেৱল ক্ৰয়-বিক্ৰয়তে সীমাবদ্ধ নহয় ৷ বৰঞ্চ দুয়োখন দেশৰ একেলগে নতুন প্ৰযুক্তি বিকশিত কৰাৰ ক্ষমতা আছে।
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান
অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ