নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা বাৰ্তাজীৱী সংঘৰ
গুৱাহাটী,২৪ আগষ্টঃ
গুৱাহাটীৰ বামুণী মৈদামত আজি উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰি থকা সময়তে প্ৰথম খবৰৰ সাংবাদিক সুমন তালুকদাৰ আৰু ভিডিঅ' জাৰ্ণেলিষ্ট ধনজিত ৰয়ক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে অসম বাৰ্তাজীবী সংঘই। সাংবাদিকক আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বাৰ্তাজীৱী সংঘই একে সময়তে কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও চৰকাৰক দাবী জনাইছে অসম বাৰ্তাজীবী সংঘৰ সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
প্রকৃতিৰ ৰুদ্ৰৰূপ! নেপালত ভয়াৱহ জলপ্ৰলয়, তছনছ জনজীৱন!