নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন: বিজেপিৰ কৌশল ৰচনা, কংগ্ৰেছৰ হেট্ৰিক কৰাৰ আশা Ruling and Opposition parties are already gearing up for the upcoming Nagaon Lok Sabha by-elections.
Ruling and Opposition parties are already gearing up for the upcoming Nagaon Lok Sabha by-elections. The Congress is ready to defend its fort. নগাঁৱৰ ৰাজনৈতিক আকাশ এতিয়া উত্তপ্ত ৷ সমাগত নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দুয়ো পক্ষই এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে। বিশেষকৈ নগাওঁ আসনখন পুনৰ উদ্ধাৰ কৰিবলৈ গেৰুৱা শিবিৰে ব্যাপক প্ৰস্তুতি চলোৱাৰ বিপৰীতে নিজৰ গড় ৰক্ষা কৰিবলৈ
