সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Mon, Aug 2026

Fashion

আজি অসমলৈ দুদিনীয়া কাৰ্যসূচীৰে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি দুদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আগমন কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল আৰু জনসাধাৰণৰ সৈতে মত-বিনিময় কৰাৰো সম্ভাৱনা আছে। এই ভ্ৰমণে অসমত উন্নয়ন আৰু অগ্ৰগতিৰ নতুন দিশ উন্মোচন কৰিব বুলি আশাবাদী সকলোৱে।

Read More