Ticker News Bhanita Das 08 Aug, 2026 11 mins read 250 views #জলপ্ৰলয়ত বিধ্বস্ত অসমৰ চাহ উদ্যোগ ভাৰতৰ প্ৰথম আৰু এছিয়াৰ দ্বিতীয় সর্বোচ্চ চাহ উৎপাদিত ৰাজ্য অসমত এইবাৰ বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাই নহয় অসমৰ অৰ্থনৈতিক পৰিকাঠামো বিধ্বস্ত কৰে।